অসীমত যাৰ হেৰাল সীমা
নাও এৰি দিলোঁ। নেজানো দিহিঙৰ বুকুত নে কাঞ্চনমতীৰ প্ৰথম সোঁতত। শেষবাৰলৈ ঘূৰি চালোঁ ওচৰৰ আঁহতজোপালৈ। চকুত পৰিল তাৰ গুৰিৰ নিমজ পিঠিত কবিবৰে কটাৰীৰে লিখি অহা কেঁচা আখৰকেইটা:
অসীমত যাৰ হেৰাল সীমা"
অসীমত যাৰ হেৰাল সীমা"
Asimat Jar Heral Seema |
অসীমত যাৰ হেৰাল সীমা!
নামটোতেই আৱেগ। প্ৰতিজন অসমীয়া ডেকা-গাভৰুৰ মনত আজি ৭৫ বছৰে ঘৰ পাতি বহি থকা চম্পা-চন্দন-গৌৰী-উমা-অশোকহঁতৰ কাহিনী।
নামটোতেই আৱেগ। প্ৰতিজন অসমীয়া ডেকা-গাভৰুৰ মনত আজি ৭৫ বছৰে ঘৰ পাতি বহি থকা চম্পা-চন্দন-গৌৰী-উমা-অশোকহঁতৰ কাহিনী।
শেষ হৈও শেষ নোহোৱা, হাঁহি হাঁহিও দুখ লাগি যোৱা কাহিনী।
চম্পাৰ মৃত্যুত টোপাটোপে চকুপানী সৰা, কমলনগৰৰ ধ্বংস পঢ়ি বোবা হৈ ৰোৱা কাহিনী।
বছৰৰ পাছত বছৰ পাৰ হৈ যাব, অসীমত যাৰ হেৰাল সীমাক লৈ আমাৰ আৱেগ আৰু মৰম একেই থাকিব।
ধন্যবাদ ঔপন্যাসিক!